WCAsia 2026 is almost here, Apr 9 – 11 | Learn more
WordPress-ৰ সৈতে চিনাকি হওক
সৃষ্টিকৰ্তা আৰু ক্ষুদ্ৰ ব্যৱসায়ৰ পৰা আৰম্ভ কৰি বাণিজ্যিক প্ৰতিষ্ঠানলৈকে—বিশ্বজুৰি লাখ লাখ ৱেবছাইটৰ পছন্দৰ মুক্ত উৎসৰ প্ৰকাশন-সম্বন্ধীয় প্লেটফৰ্ম।


ডিজাইন কৰক
লেহুকা ডিজাইন-সম্বন্ধীয় সা-সঁজুলি আৰু ব্লকৰ শক্তিৰে যিকোনো ৱেবছাইটৰ সৃষ্টি কৰক। এটা খালী কেনভাছৰ সৈতে আৰম্ভ কৰক নাইবা এটা থীম বাছি লওক। প্ৰতিটো খুঁটি-নাটি কাষ্টমাইজ কৰক—কোনো ক’ডৰ প্ৰয়োজন নাই।

সাজক
আপোনাৰ ছাইটটো বাস্তৱ সময়ত কেনে দেখা যাব সেয়া চাওক, আনকি আপুনি বিষয়বস্তু যোগ, সম্পাদনা আৰু ইফাল-সিফাল কৰি থকা অৱস্থাতো—সহজজ্ঞেয় সম্পাদনা আৰু এই সকলোবোৰ পৰিচালনা কৰিবলৈ সংহত সুবিধাৰ সৈতে।

প্ৰসাৰিত কৰক
আপোনাৰ ছাইটটোক আপুনি যি কৰাব বিচাৰে তাকেই কৰিবলৈ দিয়ক। দোকান, বিশ্লেষণ, সংবাদ-পত্ৰ, ছ’চিয়েল মিডিয়াৰ সংহতি যোগ কৰক; প্লাগিনৰ এক বিস্তৃত লাইব্ৰেৰীৰ সৈতে নিয়ন্ত্ৰণ আপোনাৰ হাতত।
নতুন কি কি আছে— চাওক
With WordPress 6.9 you can work together, create faster, and build with more control. Leave notes right on your blocks, drag and drop with ease, and use the command palette anywhere, including the admin, to stay in flow. From stretchy text that fits perfectly to new blocks like Accordion, MathML, and Time to Read, every detail is built to make collaboration and creation smoother.

এটা মঞ্চ, সম্ভাৱনাৰ মহাজগত
আটকধুনীয়া ডিজাইন, প্ৰযুক্তিগত উদ্ভাৱন আৰু WordPress-ৰ সীমাহীন ক্ষমতাক আলোকপাত কৰিবলৈ সযত্নে সংগ্ৰহ কৰা সমগ্ৰ বিশ্বৰ ৱেবছাইটৰ উদাহৰণবোৰৰ এক সংকলন আৱিষ্কাৰ কৰক।









WordPress সমাজৰ সৈতে চিনাকি হওক
Behind the technology is a diverse collective of people collaborating and gathering from around the world. We hold regular events with opportunities to learn more about WordPress and the latest tech trends, connect with fellow industry experts, and foster your professional growth.
আমি একগোট হৈছোঁ মুক্ত উৎসৰ মনোভাৱ আৰু বাধা নোহোৱাকৈ নিৰ্মাণ, ৰূপান্তৰ আৰু ভাগ-বতৰা কৰাৰ স্বাধীনতাৰে। সকলোকে স্বাগতম।

নিজৰ বাবে সাজক, নিজে নহয়
আপুনি এগৰাকী উদ্যোগী হওক, পেচাদাৰী বিকাশকাৰী হওক বা নৱাগত ব্লগাৰ হওক, আপোনাৰ বাবে সমল আৰু শিকাৰ সা-সঁজুলিৰ এক ভঁৰাল সাজু আছে। তদুপৰি, আপোনাৰ কোণত সমগ্ৰ WordPress সমাজ আছে।
WordPress-ৰ শেহতীয়া বাতৰি
আৰম্ভ হৈ পৰক
আপোনাক আৰম্ভ হৈ পৰিবলৈ যি যি লাগে সকলো বিচাৰি উলিয়াওক, প্লেটফৰ্ম ডাউনল’ড কৰক, হ’ষ্টিং বিচাৰি উলিয়াওক আৰু বহুতো—লাগিলে আপোনাৰ প্ৰথম ছাইটেই হওক বা আপোনাৰ একানব্বৈতম ছাইটেই হওক।
